Nios Deled Assignments Course 504 Assamese answer – Fully solved course 504 assignments 1 questions 1 answer in Assamese language

Nios Deled Assignments Course 504 Assamese answer , Nios Deled Assignments Course 504 Questions No 1 Answer – Fully solved assignments 504 in Assamese language – Hello viewers, All nios deled students are searching for solved assignments in their native language. In this article I’m going solved nios deled assignments course 504 Questions No 1 answer in Assamese language . If you are not get assignments questions yet then visit NIOS DELED Assignments PDF Files.  সমুহ nios deled প্ৰশিক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি Assignments Course 504 Questions No 1 Answer লিখিবলৈ লৈছো। আশা কৰো এই article এ আপোৱাক Assignments প্ৰস্তুত কৰাত সহায় কৰিব। মনত ৰাখিব Assignments 250 টা শব্দৰ ভিতৰত লিখিব লাগিব।

Nios deled assignments course 504 Assamese answer

Nios Deled Assignments Course 504 Assamese answer :

Q.1) “Children understand mathematical knowledge from their environment”. In the reference of the statement, as a primary teacher, discuss the strategies used by children to acquire
mathematical knowledge.

(” শিশুৱে নিজৰ পৰিৱেশৰ সহায়ত গণিত বুজি পায়”

উপৰোক্ত বাক্যৰ সন্দৰ্ভত প্ৰাথমিক শিক্ষক হিচাপে শিশুৰ গণিত শিকনৰ কৌশল সমূহৰ বিষয়ে আলোচনা কৰক”)

Answer :Nios deled assignments course 504 Assamese answer, solved assignments in Assamese language nios. শিশুৱে নিজৰ চাৰিওফালৰ পৰিৱেশৰ পৰা বহু পৰিমানে গণিতৰ গিয়ান আহৰন কৰিব পাৰে। প্ৰাথমিক শিক্ষক হিচাপে আমি এইটো গম পাৱ যে শিশুৱে বিদ্যালয়লৈ অহাৰ পূৰ্বেই গণিতৰ কিছু ধাৰনা যেনে_ সৰু-ডাঙৰ, দীঘল-চুটি, ওখ-চাপৰ আদিৰ বিষয়ে কব পাৰে। এই জ্ঞান শিশুৱে চাৰিওফালৰ পৰিৱেশ, পৰিয়ালৰ পৰা পায়।শিশুৱে ঘৰ, পৰিয়ালত হোৱা দৈনন্দিন ঘটনাৰাজিৰ পৰা গণিতৰ সাধাৰ জ্ঞান লাভ কৰে।বিদ্যালয়ত শিক্ষক এজনৰ কাম হল শিশুৱে ইতিমধ্যে লাভ কৰা গণিতৰ সাধাৰণ জ্ঞানসমুহ বিস্তাৰ কৰা।

প্ৰাথমিক শিক্ষক হিচাপে শিশুৰ গণিত শিকনত অৱলম্বন কৰা বিভিন্ন কৌশল সমূহ (various strategies to acquire Mathematics knowledge) :

প্ৰাথমিক পৰ্য্যায়ত গণিত শিকাও শিক্ষকে প্ৰধানকৈ তিনিটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে। যেনে_

  • Students ক পাঠৰ ধাৰণা দিয়া।
  • পাঠৰ লগত সম্পৰ্কীয় কৌশল শিকোৱা। 
  • ছাত্ৰ-ছাত্ৰীক দৈনন্দিন জীৱনত পাঠৰ জ্ঞান আৰু কৌশল প্ৰয়োগ কৰিবলৈ শিকোৱা। 

ছাত্ৰ-ছাত্ৰীয়ে  উপৰোক্ত জ্ঞান আহৰণ কৰোতে শিক্ষকে বিভিন্ন কৌশল প্ৰয়োগ কৰিব পাৰে। এই কৌশল সমূহ হ ল_

১) আনোমানিক পদ্ধতি ( inductive method)

২) যুক্তিমুলক পদ্ধতি (Deductive method)

৩) মন্টেচৰী পদ্ধতি (Montessori method)

৪) বক্তৃতা পদ্ধতি (Lecture method)

৫) কাৰ্য পদ্ধতি (Project method)

৬) বিশ্লেষণ পদ্ধতি (Analytics method)

৭) খেলাভিত্তিক পদ্ধতি ( Play method)

৮) আৱিষ্কাৰমূলক পদ্ধতি (Discovery method)

৯) সংশ্লেষণ পদ্ধতি (Synthetic method)

১০) আলোচনা পদ্ধতি (Discussion method)

শিক্ষক এজনে প্ৰাথমিক পৰ্য্যায়ৰ গণিত শিক্ষা দিবলৈ যাওঁতে বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীৰ সুবিধা অনুযায়ী উপৰোক্ত পদ্ধতিসমূহ প্ৰয়োগ কৰিপাৰিব। এনেধৰণৰ পদ্ধতি ব্যৱহাৰৰ জৰিয়তে গণিত শিকন ফলপ্ৰসু হব। তলত উপৰোক্ত পদ্ধতি সমুহৰ বিশেষ কেইটামান পদ্ধতিৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল।

Nios Deled Assignments Course 504 Questions No 1 Answer in Assamese :

আনোমানিক পদ্ধতি ( inductive method) : এই পদ্ধতিত শিক্ষকে ছাত্ৰ ছাত্ৰীৰ আগত কিছুমান নিৰ্দিষ্ট উদাহৰন দাঙি ধৰি সেইবোৰ অধ্যয়ন, পৰ্য্যবেক্ষণ আৰু বিশ্লেষণ কৰি  এক সাধাৰণ সুত্ৰত উপনীত হয়।

যুক্তিমুলক পদ্ধতি (Deductive method): শিক্ষকে এই পদ্ধতিত প্ৰথমে সাধাৰণ সুত্ৰ বা সিদ্ধান্ত উপস্থাপন আৰু পিছত সেই সূত্ৰৰ কিছুমান উদাহৰণ দাঙি ধৰে। এই পদ্ধতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে কোনো সূত্ৰ প্ৰথমে শিকি পিছত তাৰ আৱশ্যক অনুযায়ী ব্যৱহাৰ কৰিব পাৰে।

মন্টেচৰী পদ্ধতি (Montessori method) : ইটালিৰ শিক্ষাবিদ ড০ মাৰিয়া মন্টেচৰীয়ে শিক্ষাৰ ক্ষেত্ৰত এক আমূল পৰিবৰ্তন আনিছিল। তেওঁ শিক্ষাৰ ক্ষেত্ৰত এক নতুন পদ্ধতি উলিয়াইছিল যাক আমি মন্টেচৰী পদ্ধতি বুলি জানো। তেওঁ শিক্ষা পদ্ধতিত শিশু সকলক বয়সোপযোগী, আনন্দদায়ক আৰু খেলা-ধুলাৰ মাজেৰে কামত ব্যস্ত ৰাখি পাঠদান কৰাটোৱেই শিক্ষকৰ উপাই বুলি ভাৱিছিল। তেওঁৰ মতে খেলা ধূলাই হৈছে শিক্ষাৰ সবাতোকৈ সহজ আৰু কাৰ্য্যকৰী উপায় আৰু এনে শিক্ষা ছাত্ৰ ছাত্ৰীয়ে স্বাধীনভাৱে আৰু মুকলি মনেৰে গ্ৰহণ কৰে।

Assignments Course 504 Questions No 1 Answer in Assamese conclusion :

প্ৰাথমিক স্তৰৰ ছাত্ৰ ছাত্ৰীসকলে গণিতৰ বিমূৰ্ত ধাৰণাবোৰ আয়ত্ব কৰিব নোৱাৰে বাবে তেওঁলোকক কিছুমান বাস্তৱ বস্তুৰ সহায়ত গণিতৰ শিক্ষা দিয়া উচিত। প্ৰাথমিক স্তৰৰ ছাত্ৰ ছাত্ৰীয়ে বাস্তৱ বস্তুবোৰ দেখি সেইবোৰ চুই মেলি তাৰ পৰা বহুতো অভিজ্ঞতা অৰ্জন কৰে। ছাত্ৰ ছাত্ৰীয়ে নিজৰ পৰিৱেশত পোৱা বিভিন্ন সজুলিৰ সহায়ত গণিতৰ পাঠদান কৰাটো শিক্ষক হিচাপে আমাৰ কৰ্তব্য। এনে শিক্ষাৰ জৰিয়তে গণিতৰ মূৰ্ত ধাৰণা লাভ কৰে। গণিত শিকনত ব্যৱহাৰ কৰিব পৰা কিছুমান সজুলী হল_ পাঠ্যপুথি, ব্লেকবৰ্ড, সংখ্যাকাৰ্ড, মাৰ্বল, ৰঙিন কাঠী শিলগুটি ইত্যাদি। That all for this article nios deled assignments course 504 Assamese answer.

I hope this article will help you to prepare NIOS DELED Assignments Course 504. If you like this article or any suggestions please Comment below.

Download assignments course 504 – From here 

How to write nios deled assignments :

Before you prepare assignments you have to know the following instructions carefully.

1.  You have to prepare assignments by your own handwritings.

2. It should be written in clean and proper legible.

3. Write assignments by your own thoughts and study.You can prepare assignment with help of NIOS DELED Study materials, books and also from other solve assignments.

4. Don’t copy from others or Internet.

5. Assignments questions are Hindi and English language but You can write it by your own native language.

6. Prepared assignments have to submit to your co-ordinator of your study center and after that take a receipt.

Add a Comment

Your email address will not be published. Required fields are marked *